Rupaliparda.com
"ন-মেকআপ লুক" আৰু আইমীঃ 1

“ন-মেকআপ লুক” আৰু আইমীঃ

অভিনেত্ৰী সকলৰ “ন মেকআপ লুক”-এ আকৰ্ষিত কৰে দৰ্শকক। সেয়া লাগিলে বলীউড হওঁক অথবা জলীউড। অভিনেত্ৰী সকলে কৰা “ন মেকআপ” পোষ্ট ভাইৰেল হৈ পৰে ক্ষন্তেকতে।

"ন-মেকআপ লুক" আৰু আইমীঃ 2


এইবাৰ এনে “ন মেকআপ” পোষ্ট কৰি দৰ্শকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিল অসমীয়া চলচিত্ৰৰ মোহময়ী অভিনেত্ৰী আইমী বৰুৱা। “বিধাতা” ধাৰাবাহিক খনত “পূৰ্ণিমা” চৰিত্ৰত অভিনীত এই অভিনেত্ৰী গৰাকীৰ পূৰ্বৰে পৰা আছে হাজাৰ হাজাৰ অনুৰাগী। সদায় অলংকাৰ-আভূষণেৰে মেৰিয়াই থকা পূৰ্ণিমাৰ এতিয়া “ন-মেকআপ” লুকে আকৃষ্ট কৰিছে দৰ্শকক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.