Rupaliparda.com
"ৰেঙণি" য়ে কেনেকৈ দিব আপোনাক "নিউ লুক"?? চাওঁচোন আহক- 1

“ৰেঙণি” য়ে কেনেকৈ দিব আপোনাক “নিউ লুক”?? চাওঁচোন আহক-

টিভিত ফেশ্বন শ্ব’ বোৰ উপভোগ আপোনালোকে হয়টো নিশ্চয় কৰিছে। মডেল এগৰাকীৰ চুলিৰ যিকোনো ষ্টাইলৰ পৰা আদি কৰি মুখৰ সম্পূৰ্ণ মেকআপে আপোনাকো হয়টো আকৰ্ষিত কৰিছে। আপোনাৰো নিশ্চয়কৈ মন যায় নিজক শুৱনি কৰি ৰাখিবলৈ; নহয়নে বাৰু?গতিকে এতিয়া চিন্তা নকৰিব, আপুনিও টিভি পৰ্দাত নিজক মেকআপৰ লগতে এটা নতুন লুকেৰে কৰিব পাৰিব সলনি।

"ৰেঙণি" য়ে কেনেকৈ দিব আপোনাক "নিউ লুক"?? চাওঁচোন আহক- 2
"ৰেঙণি" য়ে কেনেকৈ দিব আপোনাক "নিউ লুক"?? চাওঁচোন আহক- 3


ৰেঙণি চেনেলে লৈ আনিছে এক ব্যতিক্ৰমী অনুষ্ঠান; য’ত কেমেৰাৰ আগতেই ধুনীয়া কৰি তোলা হ’ব আপোনাক। আপুনি মাত্ৰ দিব লাগিব এটা মেছেজ আৰু আপোনাৰ দুকপি ফটো।


গতিকে, আপুনি যদি বিচাৰিছে নিজক ধুনীয়া কৰি ৰাখিবলৈ তেন্তে দেৰি নকৰি পঠিয়াওঁক আজিয়ে মেছেজ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.