মুক্তি পালে আয়ূসমান খুৰানাৰ বহু প্ৰত্যাশিত ছবি “ড্ৰীম গাৰ্ল”। বহু দৰ্শক অপেক্ষা কৰি ৰৈছিল উক্ত ছবিখনৰ বাবে। তেওঁৰ প্ৰত্যেকখন ব্যতিক্ৰমী ছবিৰ দৰেই এইবাৰো তেওঁ দৰ্শকক নতুনত্ব দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে।

ছবিখনে চলচিত্ৰ সমালোচকৰ পৰা আদি কৰি প্ৰত্যেক গৰাকী দৰ্শকৰে লাভ কৰিছে অভূতপূৰ্ব সমাদৰ। চাওঁচোন আহক ছবিখনক লৈ দৰ্শকে কৰা টুইট সমূহ-
Add comment