Rupaliparda.com
ছবিত খোজ দিয়াৰ আগেয়ে কিয় হৈ পৰে সন্তানো চুপাৰষ্টাৰঃ?? 1

ছবিত খোজ দিয়াৰ আগেয়ে কিয় হৈ পৰে সন্তানো চুপাৰষ্টাৰঃ??

বলীউড চিলেব্ৰেটী সমূহৰ লগত সমানে জনপ্ৰিয় হৈ পৰে তেওঁলোকৰ সন্তানো। চিলেব্ৰেটি সমূহৰ ফটোৰ সমান্তৰালকৈ চৰ্চাৰ বিষয় হৈ পৰে তেওঁলোকৰ সন্তানৰ ফটো। তাতেই আকৌ যদি শ্বাহৰুখ অথবা আমিৰ খানৰ সন্তান হয়; তেনেহ’লেতো ক’বই নালাগে।

ছবিত খোজ দিয়াৰ আগেয়ে কিয় হৈ পৰে সন্তানো চুপাৰষ্টাৰঃ?? 2


কিছুদিন পূৰ্বে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ন খানে নিজ ইনষ্টাগ্ৰামত কৰিছিল এখন ফটো পোষ্ট; য’ত তেওঁক তেওঁৰ পিতৃৰ লগত তুলনা কৰিছিল বহু দৰ্শকে। লগতে, কিং খানৰ জীয়ৰীৰো আছে বৃহৎ আকাৰত অনুৰাগী। য’ত তেওঁ আপলোড কৰাৰ লগে লগেই কমেন্টৰে ভৰি পৰে তেওঁৰ প্ৰত্যেকখন ফটো।

View this post on Instagram

❤️

A post shared by Suhana Khan (@suhanakhanoffcial) on


ইয়াৰ লগতে অনুৰাগীৰ ক্ষেত্ৰত আগবাঢ়ি আছে আমিৰ খানৰ জীয়ৰী ইৰা খানো। গতিকে, ইয়াৰ দ্বাৰাই ধৰিব পৰা যায় যে, চিলেব্ৰেটী সমূহৰ জনপ্ৰিয়তাৰ লগতে তেওঁলোকৰ সন্তানসমূহৰ প্ৰতিও সমানে হৈ পৰে দৰ্শক আকৰ্ষিত।

https://www.instagram.com/p/B1gTl23gNme/?utm_source=ig_web_copy_link

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.