বিকি কৌশল লগতে ভূমি পাণ্ডেকাৰ অভিনীত ছবি “ভূত-পাৰ্ট ১- ডা হন্টেড ছিপ” ৰ দ্বিতীয়খন পোষ্টাৰ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। চলিত বৰ্ষৰ ১৫ নৱেম্বৰ তাৰিখে মুক্তি পাবলগীয়া এই ছবিখনৰ পোষ্টাৰে ব্যক্ত কৰি পেলাইছে ছবিখনৰ ভয়াৱহতাৰ।


জানিব পৰা মতে, এগৰাকী ইঞ্জিনিয়াৰৰ চৰিত্ৰত অভিনীত বিকি কৌশলে এখন জাহাজ মেৰামতিৰ কামত কৰ্মৰত হৈ থাকিব আৰু তাতেই তেওঁ সন্মুখীন হ’ব ভূতৰ।
Add comment