Rupaliparda.com
একাউন্ট হেক হ'ল অমিতাভ বচ্ছনৰঃ 1

একাউন্ট হেক হ’ল অমিতাভ বচ্ছনৰঃ

এটা টুইট কৰি ট্ৰলৰ সন্মুখীন হ’বলগীয়া হ’ল বলীউডৰ বিগ বি অমিতাভ বচ্চন। তেওঁ নিজৰ চচিয়েল মিডিয়াত প্ৰায়ে তেওঁৰ লগত সংঘটিত ঘটনাসমূহক কেন্দ্ৰ কৰি টুইট কৰে অথবা ভিডিঅ’ আপলোড কৰে। কিন্তু, এইবাৰ তেওঁৰ এটা টুইটে অভিনেতাগৰাকীৰ অনুৰাগীসকলৰ মনত সৃষ্টি কৰিলে প্ৰশ্নৰ।


আছলতে, বিগ বিয়ে উক্ত টুইটোত কমল আৰ খানৰ এটা গানৰ প্ৰচাৰ কৰিছিল ।যাৰ ফলত অনুৰাগীয়ে তেওঁক প্ৰশ্ন কৰিবলৈও বাধ্য হৈ পৰে। বহুতে তেওঁৰ একাউন্ট হেক হোৱা বুলিও ভাবি লয় লগতে একাংশই মন্তব্য কৰে যে অমিতাভ বচ্ছনৰ পৰা এনেধৰণৰ টুইট লাভ কৰিব বুলি তেওঁ আশাও কৰিব পৰা নাছিল।

https://twitter.com/GaurangBhardwa1/status/1172591373276479488
https://twitter.com/Nilzrav/status/1172614770949857290
https://twitter.com/IndianScorpion2/status/1172593260478382080

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform