Rupaliparda.com
পূৰ্ণিমা-মৌচুমী "নিউ বল্ড লুক"- 1

পূৰ্ণিমা-মৌচুমী “নিউ বল্ড লুক”-

পূৰ্ণিমা আৰু মৌচুমীৰ নিউ লুকে এতিয়া আকৃষ্ট কৰিছে দৰ্শকক। জলীউডৰ দুগৰাকী ফিট এণ্ড ফাইন অভিনেত্ৰী হৈছে আইমী বৰুৱা আৰু গায়ত্ৰী বৰা। “বিধাতা” ধাৰাবাহিকখনে অন্তিমটো খণ্ড শেষ কৰা পিছতেই দুয়ো গৰাকী অভিনেত্ৰীকে দেখিবলৈ পোৱা গ’ল নতুন ৰূপত।

পূৰ্ণিমা-মৌচুমী "নিউ বল্ড লুক"- 2
পূৰ্ণিমা-মৌচুমী "নিউ বল্ড লুক"- 3


ধাৰাবাহিকখনত “জীয়ৰী-বোৱাৰী” চৰিত্ৰ ৰূপায়ন কৰা অভিনেত্ৰী দুগৰাকীক নিতৌ দেখিবলৈ পোৱা গৈছিল মেখেলা-ছাদৰত। গতিকে ধাৰাবাহিকখন শেষ হোৱা পিছতেই অভিনেত্ৰী দুগৰাকীয়ে লৈ আনিছে নিজৰ এটা ব’ল্ড লুক; যাক দেখি আকৰ্ষিত হৈ পৰিছে দৰ্শক।

Add comment

Leave a Reply