ছানী দেউলৰ পুত্ৰ কৰণ দেউলৰ ডেবিউ ছবিয়ে বৰকৈ আকৰ্ষিত নকৰিলে দৰ্শকক। ২০ চেপ্তেম্বৰ তাৰিখে মুক্তি প্ৰাপ্ত ছবিখনত ছানী দেউলৰ পুত্ৰৰ অভিনয়ে হতাশ কৰিলে দৰ্শক সকলক। বহুত ছবি সমীক্ষকে কৰণ বৰ্তমান অভিনয়ৰ বাবে অপ্ৰস্তুত বুলিও মন্তব্য প্ৰদান কৰে।

গতিকে, আপুনি যদি ভাবিছে ছবিখন উপভোগ কৰাৰ কথা তেন্তে চাওঁক ছবি সমীক্ষকে কৰা এই টুইট-
Add comment