Rupaliparda.com
দিপাৱলীত একেলগে মুক্তি পাব তিনিখন ছবি- 1

দিপাৱলীত একেলগে মুক্তি পাব তিনিখন ছবি-

তাপসি পান্নু তথা ভূমি পাডনেকাৰ অভিনীত “সান্ড কি আখ” ছবিখনে মুক্তিৰ পূৰ্বেই লাভ কৰিছে লাভ কৰিছে বৃহৎ সংখ্যাত চৰ্চা। চলিত মাহৰ ২৩ তাৰিখে মুক্তি পাবলগীয়া ছবিখনৰ ট্ৰেইলাৰক লৈও উৎসাহিত হৈ পৰিছে এতিয়া দৰ্শকবৃন্দ।

দিপাৱলীত একেলগে মুক্তি পাব তিনিখন ছবি- 2


উল্লেখ্য যে, ছবিখন জনপ্ৰিয় ছাৰ্পশ্বু’টাৰ চন্দ্ৰো তোমৰ আৰু প্ৰকাশী তোমৰৰ জীৱনৰ ওপৰত আধাৰিত। তুষাৰ হিৰনন্দানীৰ দ্বাৰা পৰিচালিত ছবিখনৰ প্ৰযোজনা কৰিছে অনুৰাগ কাশ্যপে।

দিপাৱলীত একেলগে মুক্তি পাব তিনিখন ছবি- 3
দিপাৱলীত একেলগে মুক্তি পাব তিনিখন ছবি- 4


চলিত বৰ্ষৰ দিৱালীৰ সময়ছোৱাত মুক্তি পাব “সান্ড কি আখ”। এইখিনিতে মনকৰিবলগীয়া যে, এই ছবিখনৰ লগতে মুক্তি পাব আৰু দুইখন ছবি ক্ৰমে অক্ষয় কুমাৰ অভিনীত হাউচফুল ৪ আৰু ৰাজকুমাৰ ৰাওঁ অভিনীত “মেড ইন ছাইনা”। গতিকে, আগন্তুক সময়তহে দেখিবলৈ পোৱা যাব কোন খন ছবিয়ে বস্ক অফিচত মাৰিব বাজী!

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.