Rupaliparda.com
"কোমালী" ৰ ৰিমেকত অৰ্জুনঃ 1

“কোমালী” ৰ ৰিমেকত অৰ্জুনঃ

তামিল আৰু তেলেগু ছবিৰ বৰ্তমানলৈ যিমান হিন্দী ৰিমেক কৰা হৈছে প্ৰত্যেক খনৰে বস্ক অফিচ কালেকছন লেখত ল’বলগীয়া। তামিল-তেলেগুৰ জনপ্ৰিয় ছবি সমূহৰ ভিতৰত অন্যতম “কোমালী” ৰো কৰা হ’ব হিন্দী ৰিমেক। ইতিমধ্যে ছবিখনৰ বাবে পৰিচালক বনী কাপুৰে লাভ কৰিছে অধিকাৰ।

"কোমালী" ৰ ৰিমেকত অৰ্জুনঃ 2
"কোমালী" ৰ ৰিমেকত অৰ্জুনঃ 3


উল্লেখ্য যে,ছবিখনত অভিনয় কৰিব অৰ্জুন কাপুৰে। “কোমালী” ৰ কাহিনীভাগ এনে এজন ব্যক্তিৰ ওপৰত আধাৰিত; যিয়ে “কোমা” ৰ পৰা দীৰ্ঘদিন পিছত ঘূৰি আহে আৰু বৰ্তমান সময়ৰ সৈতে মিলিবলৈ হোৱা তেওঁৰ কষ্টৰ বিভিন্ন ঘটনাক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হৈছে উক্ত ছবিখন। তেলেগু সংস্কৰণটো প্ৰদীপ ৰংগনাথনৰ দ্বাৰা পৰিচালিত আৰু ছবিখনত অভিনয় কৰিছিল জয়ম ৰবি, কাজল আগৰৱাল আৰু সয়ুক্তা হেগড়েই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.