Rupaliparda.com
"মল্লিকা বৰুৱা" ওৰফে কৰৱীৰ মেক-আপ টিপ- 1

“মল্লিকা বৰুৱা” ওৰফে কৰৱীৰ মেক-আপ টিপ-

ৰং চেনেলত প্ৰচাৰিত “তোমাৰ মৰমে মোক” ধাৰাবাহিক খনৰ “মল্লিকা বৰুৱা” ই হয়টো ইতিমধ্যে বহু দৰ্শকৰে মন জয় কৰিবলৈ সক্ষম হৈছে। নহয়নে?? দৰ্শক সকল এগৰাকী অভিনেত্ৰীৰ কেৱল অভিনয়ৰে অনুৰাগী হৈ পৰে নে? নিশ্চয় নহয়। দৰ্শকসকলে তেওঁলোকৰ প্ৰিয় অভিনেত্ৰী গৰাকীয়ে কি পিন্ধিছে, তেওঁ কেনেকৈ মেক-আপ কৰিছে সেই সমস্ত খিনিয়ে চাবলৈ বিচাৰে।

"মল্লিকা বৰুৱা" ওৰফে কৰৱীৰ মেক-আপ টিপ- 2
"মল্লিকা বৰুৱা" ওৰফে কৰৱীৰ মেক-আপ টিপ- 3


গতিকে, ৰূপালী পৰ্দাৰ জৰিয়তে “মল্লিকা বৰুৱা” ওৰফে কৰৱীয়ে নিজ অনুৰাগী সকলক দিব তেওঁ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা কেইটামান মেক-আপ টিপ। তেওঁ কয় যে,

"মল্লিকা বৰুৱা" ওৰফে কৰৱীৰ মেক-আপ টিপ- 4

“সাধাৰণতে মই ইমান মেক-আপৰ আশ্ৰয় নলওঁ। অলপ ফাউন্ডেশ্বন আৰু মাস্কাৰা লগাই; কমকৈ লিপষ্টিক ঘঁহিয়ে মই ৰেডী হৈ পৰো। উৎসৱ-পাৰ্ৱণ বা তেনেকুৱা বিয়া-সবাহ আদি হ’লে বেলেগ কথা; তেতিয়া নিজক অকণমান ফেষ্টিভ লুক দিবলৈ মন যায়েই গতিকে তেতিয়া মই মেক আপ আৰ্টিষ্টৰ সহায় লওঁ।

"মল্লিকা বৰুৱা" ওৰফে কৰৱীৰ মেক-আপ টিপ- 5
"মল্লিকা বৰুৱা" ওৰফে কৰৱীৰ মেক-আপ টিপ- 6

এনেকুৱা গৰম দিনত কিন্তু ছান স্ক্ৰীৰ্ণ লগোৱাটো জৰুৰী। মইও ক’ৰবালৈ গ’লে লগাই যাওঁ। আৰু, যদিহে আপোনালোকে ফাউন্ডেশ্বন লগাবলৈ বেয়া পাই তেন্তে তাৰ পৰিৱৰ্তে লাইটকৈ লগোৱা লিপষ্টিকে কিন্তু মুখখন দেখনিয়াৰ কৰি তুলিব পাৰে।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform