Rupaliparda.com
উচ্চ প্ৰশংসাও মন ভোলাব নোৱাৰিলে অসমীয়া দৰ্শকৰঃ 1

উচ্চ প্ৰশংসাও মন ভোলাব নোৱাৰিলে অসমীয়া দৰ্শকৰঃ

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত চলচিত্ৰ সমালোচকৰ পৰা পোৱা উচ্চ প্ৰশংসা,অসমীয়া চলচিত্ৰ জগতৰ তাৰকা সকলৰ পৰা লাভ কৰা সমাদৰেও মন ভোলাব নোৱাৰিলে হয়টো অসমীয়া দৰ্শকৰ। ৰীমা দাসৰ বহু প্ৰত্যাশিত “বুলবুল কেন ছিং” ছবিখনে ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ পিছতো ঘৰুৱা দৰ্শকৰ পৰা আজুৰিব নোৱাৰিলে সঁহাৰি।

উচ্চ প্ৰশংসাও মন ভোলাব নোৱাৰিলে অসমীয়া দৰ্শকৰঃ 2


মুক্তি লাভৰ এসপ্তাহ পিছতেই ছবিগৃহ জনশূণ্য হৈ ৰ’ল। বস্ক অফিচ কালেকচনত পৰিচালক গৰাকীয়ে আশা কৰা মতে নাপালে লাভ। আছলতে, ইয়াত ভুল কাৰ?? ছবিখনে ভিন্ন ঠাইত সুন্দৰ প্ৰদৰ্শন কৰাৰ পিছতো কিয় বাৰু ঘৰুৱা দৰ্শকৰ হাতত হাৰ মানিলে?? খুঁট ৰৈ গ’ল নেকি ৰীমা দাসৰ প্ৰচাৰত??

উচ্চ প্ৰশংসাও মন ভোলাব নোৱাৰিলে অসমীয়া দৰ্শকৰঃ 3
উচ্চ প্ৰশংসাও মন ভোলাব নোৱাৰিলে অসমীয়া দৰ্শকৰঃ 4


আমাক জনাওঁক আপোনালোকৰ মতামত। কমেন্ট কৰক আৰু আমাক জনাওঁক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.