Rupaliparda.com
চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ "ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল"- 1

চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ “ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল”-

গুৱাহাটীৰ মাজমজিয়াত মাছখোৱাস্থিত প্ৰাগজ্যোতিষ আই.টি.এ চেন্টাৰত চলিত মাহৰ ২৬ তাৰিখৰ পৰা ২৯ তাৰিখলৈ চাৰিদিনীয়া কাৰ্যসূছীৰে আৰম্ভ কৰা হ’ল ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল। উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষৰ কেইবাখনো ঠাইত নিৰ্মিত ছবি প্ৰদৰ্শন কৰা হয় উক্ত ফেষ্টিভেল খনত।

চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ "ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল"- 2
চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ "ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল"- 3


ফিছাৰ ছবিৰ লগতে চুটি ছবিও প্ৰদৰ্শত হ’বলগীয়া এই ফেষ্টিভেলখন হৈছে বিভিন্ন ঠাইৰ নৱপ্ৰজন্মৰ পৰিচালকে তেওঁলোকৰ সৃজনীশীলতাক প্ৰদৰ্শন কৰিব পৰা এক মঞ্চ। গতিকে, এই চাৰিদিনীয়া কাৰ্যসূচীত তেওঁলোকৰ ছবিসমূহক উদ্দেশ্যিয়ে অনুষ্ঠিত কৰা হয় কিছু প্ৰতিযোগিতাৰ; যেনেঃ “ফিল্ম-কুইজ-চিনেস্কপ” ৰ লগতে “পেনেল ডিচকাছন” তথা “চৰ্ট ফিল্ম কম্পিটিছন” ৰ। “চৰ্ট ফিল্ম কম্পিটিছন” ত বিছাৰক হিচাপে উপস্থিত থাকিব নাহিদ আহমেদ, লংগজাম, Wanphrang Diengoh, ৰীমা কাগটি, আদিল হুছেইন আৰু ৰণি লাহিৰী।

চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ "ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল"- 4
চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ "ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল"- 5

” ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল” ৰ ২৬ চেপ্তেম্বৰ অৰ্থাৎ প্ৰথম দিনাৰ কাৰ্যসূছীসমূহ আছিল এনেধৰণৰ-

চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ "ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল"- 6

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.