Rupaliparda.com
হায়াৰ ছেকেণ্ডাৰীত অধ্যয়নৰত তেতিয়াৰ জুবিন গাৰ্গঃ 1

হায়াৰ ছেকেণ্ডাৰীত অধ্যয়নৰত তেতিয়াৰ জুবিন গাৰ্গঃ

জুবিন গাৰ্গৰ কেইবাটাও ৰূপ আপোনালোকে হয়টো দেখিছে। কেতিয়াবা হয়টো চুলি দীঘল আৰু কেতিয়াবা তপা। কেতিয়াবা বেলেগ বেলেগ ৰঙৰ দুখন ভৰিৰ জোতা, কেতিয়াবা বেলেগ বেলেগ ৰঙৰ দুখন ভৰিৰ পেন্ট। আৰু, এতিয়া আপোনালোকক আমি দেখুৱাম জে.বি কলেজত অধ্যয়নৰত সেই সময়ছোৱাৰ জুবিন গাৰ্গক।

হায়াৰ ছেকেণ্ডাৰীত অধ্যয়নৰত তেতিয়াৰ জুবিন গাৰ্গঃ 2


হায়াৰ ছেকেণ্ডাৰীত অধ্যয়নৰত জুবিন গাৰ্গৰ এখন ফটো ফেচবুকযোগে আপলোড কৰে শিল্পী গৰাকীৰে এটা ফেন ক্লাৱে। ফটোখনত জুবিনৰ অনুৰাগীৰ কমেন্টে ভিৰ কৰাৰ লগতে ফটোখন যথেষ্ট শ্বেয়াৰ হোৱাও দেখিবলৈ পোৱা গৈছে।

হায়াৰ ছেকেণ্ডাৰীত অধ্যয়নৰত তেতিয়াৰ জুবিন গাৰ্গঃ 3

Add comment

Leave a Reply