Rupaliparda.com
পুত্ৰৰ কৃতিত্বত গৌৰন্বাম্বিত আইমীঃ 1

পুত্ৰৰ কৃতিত্বত গৌৰন্বাম্বিত আইমীঃ

পুত্ৰক লৈ গৌৰন্বাম্বিত আইমী বৰুৱা। “8th All Assam Speed Skating” প্ৰতিযোগিতাত দুটাকৈ সোণৰ পদক লাভ কৰে আইমীৰ পুত্ৰ বীৰে। স্কেটিং খেলত ভৰ্তিৰ এমাহ পূৰ্ণ হোৱাৰ পিছতেই দুটাকৈ সোণৰ পদক লাভ কৰে অভিনেত্ৰী আইমীৰ পুত্ৰ বীৰে।

https://www.instagram.com/p/B4Cbj4sBi5_/?utm_source=ig_web_copy_link
পুত্ৰৰ কৃতিত্বত গৌৰন্বাম্বিত আইমীঃ 2


পুত্ৰৰ এই কৃতিত্বত আইমীৰ সুখ তেওঁৰ ইনষ্টাগ্ৰামত আপলোড কৰা ফটোৰ জৰিয়তেই ধৰিব পৰা গৈছে। ২০০ মিটাৰ আৰু ৩০০ মিটাৰৰ “স্কেটিং” প্ৰতিযোগিতাত বীৰৰ এই সফলতাত অভিনেত্ৰী গৰাকীয়ে গৌৰন্বাম্বিত হয় দুখনকৈ ফটো আপলোড কৰে তেওঁৰ নিজ ইনষ্টাগ্ৰাম একাউন্টত।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.