Rupaliparda.com
একেকোবে চুয়েটাৰত ধৰিলে বৰষাইঃ শুভেচ্ছা জ্ঞাপন কৰিলে ঠাণ্ডা দিনৰ- 1

একেকোবে চুয়েটাৰত ধৰিলে বৰষাইঃ শুভেচ্ছা জ্ঞাপন কৰিলে ঠাণ্ডা দিনৰ-

দীপাৱলীৰ প্ৰাকক্ষণত বৰুণ দেৱতাৰ ৰুষ্টতাত শীতৰ আগমন ঘটিল। যোৱা ২৪ ঘন্টাতকৈ অধিক সময় গুৱাহাটী মহানগৰীত হোৱা বৰষুণ জাকৰ ফলত ইতিমধ্যে সাধাৰণ জনে গৰম কাপোৰ পিন্ধিবলৈ বাধ্য হৈ পৰিছে।

একেকোবে চুয়েটাৰত ধৰিলে বৰষাইঃ শুভেচ্ছা জ্ঞাপন কৰিলে ঠাণ্ডা দিনৰ- 2


সাধাৰণ জনৰ লগতেই একেকোবে ছুৱেটাৰত ধৰিলে অসমীয়া চলচিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। তেওঁ ছুৱেটাৰ পৰিধান কৰি ফটো আপলোড কৰাৰ লগতেই অভিনেত্ৰী গৰাকীয়ে সকলোকে ঠাণ্ডা দিনৰ শুভকামনাও জ্ঞাপন কৰে।

https://www.instagram.com/p/B4DFQtaBLsu/?utm_source=ig_web_copy_link


আপোনালোকক জনাই থওঁ যে, চলিত মাহতেই মুক্তিপ্ৰাপ্ত “ৰত্নাকৰ” ছবিখনত মূখ্য চৰিত্ৰত অভিনয় কৰিছিল বৰষাৰাণী বিষয়াই। “ৰত্নাকৰ”-এ অসমীয়া ছবি জগতলৈ এক সুনাম কঢ়িয়াই অনাৰ লগতে বৃহৎ অংকত বস্ক অফিচ কালেকচন কৰাটো সফল হয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform