Rupaliparda.com
ঘাটমাউৰা এটি শিশুৰ কাহিনীৰে জাহ্নু বৰুৱাৰ "পখী"- 1

ঘাটমাউৰা এটি শিশুৰ কাহিনীৰে জাহ্নু বৰুৱাৰ “পখী”-

জাহ্নু বৰুৱাৰ দ্বাৰা নিৰ্মিত অসমীয়া ছবিসমূহৰ প্ৰত্যেকখনেই দৰ্শকৰ মাজত কোনো এক বাৰ্তা প্ৰেৰণ কৰাৰ লগতে ছবিসমূহে আজি পৰ্যন্ত দৰ্শকক মনোৰঞ্জন প্ৰদান কৰি আহিছে। তেওঁৰ দ্বাৰা নিৰ্মিত প্ৰায় ছবিয়ে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এক উচ্চ স্থান দখল কৰি আহিছে।

ঘাটমাউৰা এটি শিশুৰ কাহিনীৰে জাহ্নু বৰুৱাৰ "পখী"- 2


২০০০ চনত মুক্তিপ্ৰাপ্ত জাহ্নু বৰুৱাৰ “পখী” শীৰ্ষক ছবিখনে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চলচিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ঘাটমাউৰা এগৰাকী ছোৱালীৰ কাহিনীৰে নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছিল শৈলধৰ বৰুৱাই।

ঘাটমাউৰা এটি শিশুৰ কাহিনীৰে জাহ্নু বৰুৱাৰ "পখী"- 3


“পখী” ছবিখনত অভিনয় কৰিছে বিষ্ণু খাৰঘৰীয়া, হৰমোহন দাস, গাৰ্গী, বিনা পটংগীয়া, ৰাজীৱ ক্ৰ’, গোপাল খাৰঘৰীয়া, সঞ্জয় খাৰঘৰীয়া আৰু ৰীতা দাস বৰুৱাই।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.