Rupaliparda.com
"মেড ইন চাইনা" ৰ ওপৰত প্ৰচণ্ড মাধমাৰঃ লীক হ'ল ৱেবচাইটত- 1

“মেড ইন চাইনা” ৰ ওপৰত প্ৰচণ্ড মাধমাৰঃ লীক হ’ল ৱেবচাইটত-

বলীউড অভিনেতা ৰাজকুমাৰ ৰাওঁ তথা অভিনেত্ৰী মৌনী ৰয়ৰ ছবি “মেড ইন চাইনা” য়ে চলিত মাহৰ ২৫ অক্টোবৰ তাৰিখে মুক্তি লাভ কৰিছিল। মুক্তিৰ পূৰ্বে ছবিখনে দৰ্শকৰ যথেষ্ট সঁঁহাৰি লাভ কৰিছিল যদিও মুক্তিৰ পিছত ছবিখনে ভবামতে নাপালে দৰ্শকৰ সমাদৰ।

"মেড ইন চাইনা" ৰ ওপৰত প্ৰচণ্ড মাধমাৰঃ লীক হ'ল ৱেবচাইটত- 2
"মেড ইন চাইনা" ৰ ওপৰত প্ৰচণ্ড মাধমাৰঃ লীক হ'ল ৱেবচাইটত- 3


“মেড ইন চাইনা” ৰ তুলনাত বস্ক অফিচ কালেকছনত নিজৰ নাম উচ্চ স্থানত ৰাখিবলৈ সক্ষম হ’ল “হাউচফুল ৪” ছবিখনে। প্ৰথম দিনা “হাউচফুল ৪” ছবিখনে লাভ কৰিলে ১৯ কোটি টকা আৰু ইয়াৰ পৰিৱৰ্তে ৰাজকুমাৰ-মৌনীৰ ছবিয়ে লাভ কৰিলে মাত্ৰ ১ কোটি টকা।


ইয়াৰ উপৰিও, ছবিখন “তামিল ৰকাৰ্স” নামে এটা ৱেব চাইটত লীক কৰি দিয়া হয় যাৰ ফলত “মেড ইন চাইনা” ৰ সমূহ কলা-কুশলী আৰু নিৰ্মাতাই সাংঘাতিক অসুবিধাৰ সন্মুখীন হয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.