Rupaliparda.com
বিবাহৰ পিছৰ প্ৰথমটো দীপাৱলীঃ পালন কৰিব একেলগে- 1

বিবাহৰ পিছৰ প্ৰথমটো দীপাৱলীঃ পালন কৰিব একেলগে-

সাধাৰণ জনৰ লগতে বলীউডৰ চিলেব্ৰেটীও আগন্তুক দীপাৱলীৰ বাবে ব্যস্ত হৈ পৰিছে। কিন্তু এই বৰ্ষৰ “দীপাৱলী” ৰ উৎসৱ কিছু বলীউড চিলেব্ৰেটীৰ বাবে আগতকৈ অধিক বিশেষ হৈ পৰিব।

বিবাহৰ পিছৰ প্ৰথমটো দীপাৱলীঃ পালন কৰিব একেলগে- 2


বিবাহৰ পিছত প্ৰথমটো দেৱালী একেলগে পালন কৰিবলৈ বৰ্তমান উৎসাহী হৈ পৰিছে বলীউডৰ কেইটামান আকৰ্ষণীয় বিবাহিত যুঁটি। চাওঁচোন আহক এই যুঁটিকেইটাঃ

১.দীপিকা পাডুকন আৰু ৰণৱীৰ সিং

বিবাহৰ পিছৰ প্ৰথমটো দীপাৱলীঃ পালন কৰিব একেলগে- 3

২. প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনস

বিবাহৰ পিছৰ প্ৰথমটো দীপাৱলীঃ পালন কৰিব একেলগে- 4

৩.কপিল শৰ্মা আৰু গিন্নী

বিবাহৰ পিছৰ প্ৰথমটো দীপাৱলীঃ পালন কৰিব একেলগে- 5

৪. পূজা বাট্ৰা আৰু নৱাব শ্বাহ

বিবাহৰ পিছৰ প্ৰথমটো দীপাৱলীঃ পালন কৰিব একেলগে- 6

Add comment

Leave a Reply