Rupaliparda.com
পাকঘৰৰ ৰেচিপি আহিব হাজাৰজন দৰ্শকৰ মাজলৈঃ আৰম্ভ হ'ব "গৃহিণী চিজন ২"- 1

পাকঘৰৰ ৰেচিপি আহিব হাজাৰজন দৰ্শকৰ মাজলৈঃ আৰম্ভ হ’ব “গৃহিণী চিজন ২”-

এগৰাকী গৃহিণীয়ে সংসাৰৰ ক-খ ৰ পৰা আদি কৰি সমস্ত দায়িত্ব পালন কৰে। সংসাৰক দিয়া সময়কণৰ মাজতেই কিছু মহিলাই আকৌ নিজৰ ভালপোৱা কামখিনি যেনেঃ চিলাই কৰা, স্ব-সৃষ্ট বাগান খনৰ আলপৈচান ধৰা আদি সকলো কামত মনোনিৱেশ কৰে।

পাকঘৰৰ ৰেচিপি আহিব হাজাৰজন দৰ্শকৰ মাজলৈঃ আৰম্ভ হ'ব "গৃহিণী চিজন ২"- 2


গতিকে, এনে গৃহিণী সমূহৰ বাবে ৰেঙণি চেনেলে লৈ আনিছে এক সোণালী সুযোগ। গৃহিণীয়ে পাকঘৰত বনোৱা নানা ৰকমৰ ব্যঞ্জনসমূহ এইবাৰ বনাব পাৰিব কেমেৰাৰ আগত। হাজাৰ হাজাৰ দৰ্শকক দেখুৱাব পাৰিব নিজৰ ৰেচিপি।

পাকঘৰৰ ৰেচিপি আহিব হাজাৰজন দৰ্শকৰ মাজলৈঃ আৰম্ভ হ'ব "গৃহিণী চিজন ২"- 3
পাকঘৰৰ ৰেচিপি আহিব হাজাৰজন দৰ্শকৰ মাজলৈঃ আৰম্ভ হ'ব "গৃহিণী চিজন ২"- 4


“গৃহিণী” ৰ প্ৰথমটো সংস্কৰণৰ অভূতপূৰ্ব সফলতাৰ পিছত এইবাৰ ৰেঙণিয়ে লয় আনিছে ইয়াৰ দ্বিতীয়টো সংস্কৰণ। চলিত মাহৰ ৩০ তাৰিখৰ পৰা আৰম্ভ হ’ব “গৃহিণী চিজন ২” ৰ অ’ডিশ্বন।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.