Rupaliparda.com
সোমবাৰৰ "ফিট ব'ডি মন্ত্ৰ" মুনমী ফুকনৰঃ 1

সোমবাৰৰ “ফিট ব’ডি মন্ত্ৰ” মুনমী ফুকনৰঃ

ফিটনেছৰ ক্ষেত্ৰত বলীউডৰ অভিনেত্ৰীকো চেৰ পেলাইছে এগৰাকী অসমীয়া চলচিত্ৰৰ অভিনেত্ৰীয়ে। চচিয়েল মিডিয়াত প্ৰত্যেকদিনাই এই অভিনেত্ৰী গৰাকীৰ কিছু ফিটনেছ ক্লিপ দেখিবলৈ পোৱা যায়। অভিনেত্ৰী গৰাকীৰ নাম হৈছে মুনমী ফুকন।

সোমবাৰৰ "ফিট ব'ডি মন্ত্ৰ" মুনমী ফুকনৰঃ 2


দেওঁবাৰৰ পিছত সোমবাৰটো সদায় প্ৰত্যেকজন লোকৰ বাবে আমনিদায়ক হয়। কিন্তু এই সোমবাৰটোতেই নিজক ফিট ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে অভিনেত্ৰী মুনমীয়ে। “ৰ’দ”, “তুমি আহিবানে”, “ৰামধেনু” আদি ছবিৰ লগতে “অনুৰাধা” ধাৰাবাহিকত অভিনীত এই গৰাকী অভিনেত্ৰীয়ে প্ৰায় নিজৰ ব’ডি ফিটনেছৰ ফটো দৰ্শকৰ মাজত উলিয়াই দিয়ে।

https://www.instagram.com/p/B4brRGpnP5P/?utm_source=ig_web_copy_link


অভিনয়ৰ সৈতে এতিয়া অভিনেত্ৰী গৰাকীয়ে দৰ্শকক আকৰ্ষিত কৰিছে নিজৰ ব’ডি ফিটনেছৰ জৰিয়তেও।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.