Rupaliparda.com
মুক্তিৰ পূৰ্বেই ট্ৰেইলাৰে দিলে মনোৰঞ্জনৰ সোঁৱাদঃ 1

মুক্তিৰ পূৰ্বেই ট্ৰেইলাৰে দিলে মনোৰঞ্জনৰ সোঁৱাদঃ

ট্ৰেইলাৰৰ পৰা বুজিব পৰা গৈছে যে ছবি “পতি-পত্নী ঔৰ ৱৌ” য়ে দৰ্শকক কিমান মনোৰঞ্জন কৰাব। অহা ৬ ডিচেম্বৰ তাৰিখে মুক্তিপ্ৰাপ্ত ছবিখনৰ ট্ৰেইলাৰত শুনিবলৈ পোৱা সংলাপে ইতিমধ্যে দৰ্শকক আমোদ প্ৰদান কৰিবলৈ সক্ষম হৈ পৰিছে।

মুক্তিৰ পূৰ্বেই ট্ৰেইলাৰে দিলে মনোৰঞ্জনৰ সোঁৱাদঃ 2


এজন বিবাহিত পুৰুষে কেনেদৰে এগৰাকী অইন স্ত্ৰী ৰ প্ৰতি আকৰ্ষিত হৈ পৰে আৰু আকৰ্ষিত হোৱা ফলত নিজৰ সাংসাৰিক জীৱনত কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় তাকেই দেখুওৱা হ’ব এই ছবিখনত। ইয়াৰ উপৰিও “পতি পত্নী ঔৰ ৱৌ” ত “আখিয় সে গলী মাৰে” শীৰ্ষক গীতটিও পুনৰ এবাৰ শুনিবলৈ পোৱা যাব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform