Rupaliparda.com
ইতিমধ্যে আৰম্ভ "যাযাবৰ" ৰ শ্বুটিংঃ পুনৰ ঘূৰি আহিব দৰ্শকৰ মাজলৈ ড° ভূপেন হাজৰিকা- 1

ইতিমধ্যে আৰম্ভ “যাযাবৰ” ৰ শ্বুটিংঃ পুনৰ ঘূৰি আহিব দৰ্শকৰ মাজলৈ ড° ভূপেন হাজৰিকা-

যোৱা ৫ নৱেম্বৰত অষ্টম সংখ্যক ভূপেন হাজৰিকাৰ মৃত্যু তিথি উপলক্ষে অসমীয়া শিল্পী জগতৰ প্ৰায় প্ৰত্যেকগৰাকী শিল্পীয়ে নিজ নিজ প্ৰতিভা দেখুৱাই বিশ্ববিশ্ৰুত শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

https://www.instagram.com/p/B4fFbSzBFnX/?utm_source=ig_web_copy_link


এনে পৰিপ্ৰেক্ষিততে, জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাইও শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লগতে তেওঁ ইনষ্টাগ্ৰাম যোগে আপলোড কৰা ফটো খনৰ দ্বাৰা বুজিব পৰা গৈছে যে ইতিমধ্যে আগন্তুক অসমীয়া ছবি “যাযাবৰ” ৰ শ্বুটিং আৰম্ভ কৰা হৈছে। ড° ভূপেন হাজৰিকাৰ জীৱনৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখনত মূখ্য চৰিত্ৰত অভিনয় কৰিছে আইমী বৰুৱাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform