Rupaliparda.com
"বৰগীত" ক লৈ নতুন প্ৰচেষ্টা পাপনৰঃ অসমবাসীয়ে জনালে শুভকামনা- 1

“বৰগীত” ক লৈ নতুন প্ৰচেষ্টা পাপনৰঃ অসমবাসীয়ে জনালে শুভকামনা-

৫০০ বছৰ পূৰণি অসমীয়াৰ আপুৰুগীয়া সম্পদ “বৰগীতক” লৈ অসম সন্তান পাপনে কৰিছে এক নতুন প্ৰচেষ্টা। “বৰগীত-ঘোষা” এলবাম এটিৰ প্ৰস্তুটিত কন্ঠশিল্পী গৰাকীয়ে বহু বছৰ ধৰি কাম কৰি আছিল। অৱশেষত অহা ৭ নৱেম্বৰ তাৰিখে এই আধ্যাত্মিক এলবামটিৰ মুক্তি দিয়া হ’ব।

https://www.instagram.com/p/B4ePj8JDjD-/?utm_source=ig_web_copy_link


চলিত বৰ্ষৰে ৯ অক্টোবৰ তাৰিখে উক্ত এলবামটিৰ ট্ৰেইলাৰ মুকলি কৰি দিয়া হৈছিল। ট্ৰেইলাৰ মুকলিৰ পিছতেই অসমৰ জনসাধাৰণে পাপনৰ এই প্ৰকল্পটোক লৈ অধীৰ উৎসাহেৰে বাট চাই ৰৈছিল। গতিকে, চলিত মাহৰ ৭ তাৰিখে কলাক্ষেত্ৰৰ খগেন মহন্ত উদ্যানত ৰাইজৰ উপস্থিতত “বৰগীত-ঘোষা” সংকলটিৰ মুকলি কৰা হ’ব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform