আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অধিক সংখ্যাত প্ৰশংসা বুটলি অনা অসমীয়া ছবি “আমিষ”-এ ঘৰুৱা দৰ্শকৰ আগত মুক্তি লাভ কৰিব চলিত মাহৰ ২২ নৱেম্বৰ তাৰিখে। জি.আই.এফ.এফত প্ৰিমিয়াৰ হোৱা এই ছবিখনত দৰ্শকৰ অধিক সঁহাৰি দেখাৰ পিছতেই “আমিষ” ৰ পৰিচালক ভাস্কৰ হাজৰিকা সম্পূৰ্ণৰূপে আশাবাদী।

ৰূপালী পৰ্দাৰ সৈতে হোৱা এক্সক্লুছিভ সাক্ষাৎকাৰত পৰিচালক গৰাকীয়ে দিলে এই মন্তব্য। চাওঁচোন আহক-
গুৱাহাটীৰ বিভিন্ন লোকেশ্বনত দৃশ্যগ্ৰহণৰ কাম চলা এই ছবিখনত অভিনয় কৰিছে নিতালী দাস, সাগৰ সৌৰভ আৰু মানস কুমাৰ দাসে।
Add comment