Rupaliparda.com
"মাজুলী মিউজিক ফেষ্টিভেল"- উপস্থিত থাকিব কেইবাগৰাকীও বিশিষ্ট ব্যক্তিঃ 1

“মাজুলী মিউজিক ফেষ্টিভেল”- উপস্থিত থাকিব কেইবাগৰাকীও বিশিষ্ট ব্যক্তিঃ

মাজুলীৰ জেংৰাইমুখত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে “মাজুলী মিউজিক ফেষ্টিভেল”। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন জন প্ৰতিষ্ঠিত শিল্পী লগতে কেইবাটাও জনপ্ৰিয় বেণ্ডে ফেষ্টিভেল খনত নিজ প্ৰতিভা প্ৰদৰ্শন কৰিব।

"মাজুলী মিউজিক ফেষ্টিভেল"- উপস্থিত থাকিব কেইবাগৰাকীও বিশিষ্ট ব্যক্তিঃ 2


চলিত মাহৰ ১৫ তাৰিখৰ পৰা অনুষ্ঠিত “মাজুলী মিউজিক ফেষ্টিভেল” ত উপস্থিত হ’বলগীয়া সকলৰ তালিকা তলত দিয়া হৈছেঃ

"মাজুলী মিউজিক ফেষ্টিভেল"- উপস্থিত থাকিব কেইবাগৰাকীও বিশিষ্ট ব্যক্তিঃ 3


অসমীয়া কৃষ্টি-সংস্কৃতিক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স-সন্মানে প্ৰতিষ্ঠিত উদ্দেশ্যৰেই আয়োজন কৰা হৈছে উক্ত ফেষ্টভেলখনৰ। জনসাধাৰণক ফেষ্টিভেল খনৰ বিষয়ে বহুল ৰূপত বুজাবলৈ ইতিমধ্যে এক প্ৰচাৰমুখী ভিডিঅ’ গীতৰো নিৰ্মাণ কৰা হৈছে। এই গীতটিত কন্ঠদান কৰিছে মুম্বাই প্ৰতিষ্ঠিত অসম সন্তান কিংশুক মৰাণে। আনহাতে, গীতটিত সংগীত দিছে বিভূতি গগৈয়ে লগতে ইয়াক লিখিছে ডিন চেংফা বৰুৱাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.