Rupaliparda.com
গোৱাত অনুষ্ঠিত IFFI লৈ ৰাওঁনা আইমী সহিতে গৰিমাঃ 1

গোৱাত অনুষ্ঠিত IFFI লৈ ৰাওঁনা আইমী সহিতে গৰিমাঃ

ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱখনে এইবাৰ সম্পূৰ্ণ কৰিব নিজৰ ৫০ টা সোণালী বৰ্ষ। চলচিত্ৰ জগতখনৰ সৈতে জড়িত কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকিব এই মহোৎসৱখনত। আজিৰে পৰা অৰ্থাৎ ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত হ’ব ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ।

গোৱাত অনুষ্ঠিত IFFI লৈ ৰাওঁনা আইমী সহিতে গৰিমাঃ 2


এনে পৰিপেক্ষিততে,জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গ তথা আইমী ৰাওনা হৈছে গোৱালৈ। ইনষ্টাগ্ৰাম যোগে আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱলৈ ৰাওনা হোৱা ফটো কিছু আপলোড কৰে আইমীৰ লগতে গৰিমা শইকীয়া গাৰ্গে।

https://www.instagram.com/p/B5DB90fB4ZJ/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B5E3xZWBCv_/?utm_source=ig_web_copy_link


উল্লেখ্য যে, এইবাৰৰ ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত বিজু ফুকনৰ স্মৰণত ও শ্ৰদ্ধা জ্ঞাপন কৰি প্ৰদৰ্শিত কৰা হ’ব অসমীয়া ছবি “অপৰূপা”।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform