Rupaliparda.com

“বিগ বছ ১৩” ৰ পৰা বাহিৰ হ’ল দেৱলিনা ভট্টাচাৰ্য্যঃ

অসমবাসীৰ বাবে দুখবৰ। জনপ্ৰিয় ৰিয়েলিটী শ্ব’ “বিগ বছ ১৩” ৰ পৰা উলিয়াই দিয়া হ’ব দেৱলিনা ভট্টাচাৰ্য্যক। আছলতে, বিগত কিছু দিনৰ পৰাই দেৱলিনা তেওঁৰ অসুখৰ বাবে শ্ব’টোৰ বিভিন্ন কাৰ্যক্ৰমত ভাগ ল’ব পৰা নাছিল। ডাক্টৰেও বৰ্তমান তেওঁক জিৰণি ল’বলৈ উপদেশ দিছে; ফলত “বিগ বছ” ৰ পৰা হয়টো আজি ওলাই আহিব পাৰে দেৱলিনা।

"বিগ বছ ১৩" ৰ পৰা বাহিৰ হ'ল দেৱলিনা ভট্টাচাৰ্য্যঃ 1
"বিগ বছ ১৩" ৰ পৰা বাহিৰ হ'ল দেৱলিনা ভট্টাচাৰ্য্যঃ 2


দেৱলিনা ভট্টাচাৰ্য্যই পূৰ্বৰ তুলনাত এতিয়া দৰ্শকক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছিল। শ্ব’টোত অন্তৰ্ভূক্ত অভিনেতা সিদ্ধাৰ্থ শ্লোকাৰ সৈতেও দেৱলিনাৰ কেমেষ্ট্ৰী পচন্দ কৰিছিল বহু লোকে। গতিকে, এনেক্ষেত্ৰত দেৱলিনা উক্ত ৰিয়েলিটী শ্ব’ ৰ পৰা বাহিৰ ওলাই অহা কথাটোৱে এতিয়া হয়টো দুখ দিব দৰ্শকক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.