Rupaliparda.com

হায়দৰাবাদত সংঘটিত পাশৱিক কাণ্ডক ধিক্কাৰ বলীউড চিলেব্ৰেটীৰঃ

হায়দৰাবাদত হোৱা ঘৃণনীয় কাণ্ডক লৈ জ্বলিছে এতিয়া সমগ্ৰ দেশ। পশু চিকিৎসক প্ৰিয়ংকা ৰেড্ডীৰ সৈতে হোৱা পাশৱিক কাণ্ডক এতিয়া ধিক্কাৰ দিছে সাধাৰণ জনৰ লগতে তাৰকাসকলেও।

হায়দৰাবাদত সংঘটিত পাশৱিক কাণ্ডক ধিক্কাৰ বলীউড চিলেব্ৰেটীৰঃ 1


বলীউডৰ চিলেব্ৰেটী সকলেও টুইটাৰত উক্ত ঘটনাটোক লৈ বিভিন্ন পোষ্টৰ জৰিয়তে নিজৰ মত পোষণ কৰা দেখিবলৈ পোৱা গৈছে। চাওঁ আহক চিলেব্ৰেটী সকলৰ টুইটবোৰঃ

https://twitter.com/ReallySwara/status/1200454875336720385

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.