Rupaliparda.com
চলিত বৰ্ষৰ তিনি খানতকৈ সফল অক্ষয়-শ্বাহিদ-বিকিঃ 1

চলিত বৰ্ষৰ তিনি খানতকৈ সফল অক্ষয়-শ্বাহিদ-বিকিঃ

চলিত বৰ্ষতে বহু কেইখন জনপ্ৰিয় ছবিয়ে দৰ্শকক আমোদ প্ৰদান কৰিছে। অক্ষয় কুমাৰৰ লগতে শ্বাহিদ কাপুৰ তথা বিকি কৌশলৰ ছবিয়েও এই বৰ্ষটোত দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছে।

চলিত বৰ্ষৰ তিনি খানতকৈ সফল অক্ষয়-শ্বাহিদ-বিকিঃ 2


অক্ষয় কুমাৰৰ “কেশৰী”, “মিছন মংগল” আৰু “হাউচফুল ৪” আদি ছবি সমূহে কোটি টকীয়া বস্ক অফিচ কালেকচন কৰিছে। ঠিক তেনেদৰে, শ্বাহিদ কাপুৰৰ “কৱীৰ সিং” আৰু বিকি কৌশল অভিনীত “উৰি” ছবিখনেও মুক্তিৰ পিছতেই লাভ কৰিছিল আকাশলংঘী সফলতা।

চলিত বৰ্ষৰ তিনি খানতকৈ সফল অক্ষয়-শ্বাহিদ-বিকিঃ 3
চলিত বৰ্ষৰ তিনি খানতকৈ সফল অক্ষয়-শ্বাহিদ-বিকিঃ 4


এনেক্ষেত্ৰত একেষাৰেই ক’ব পৰা যায় যে বলীউডৰ তিনি খানৰ তুলনাত এই বৰ্ষটোত অইন অভিনেতাই লাভ কৰিলে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.