Rupaliparda.com
দীপিকাৰ সৈতে দেখিবলৈ পোৱা যাব বিকিকঃ 1

দীপিকাৰ সৈতে দেখিবলৈ পোৱা যাব বিকিকঃ

দীপিকা পাডুকন আকৌ এবাৰ কৰণ জহৰৰ ছবিৰ সৈতে জড়িত হৈ পৰিছে। আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই যদিও বলীউডৰ ৰিপোৰ্ট অনুসৰি কৰণ জহৰৰ এই ছবিখনত দীপিকা পাডুকনৰ সৈতে কাম কৰিব বিকী কৌশল।

দীপিকাৰ সৈতে দেখিবলৈ পোৱা যাব বিকিকঃ 2
দীপিকাৰ সৈতে দেখিবলৈ পোৱা যাব বিকিকঃ 3


আছলতে, ছবিখনৰ বাবে বৰ্তমানেও মূখ্য অভিনেতাৰ বিচাৰ কৰা হৈছে যদিও বিকি কৌশল আৰু সিদ্ধাৰ্থ চতূৰ্বেদীৰ নাম সমুখলৈ আহিছে। এওঁলোক দুজনৰ ভিতৰত কোনজনক এতিয়া গ্ৰহণ কৰা হ’ব সেয়া আহিবলগীয়া সময়তহে গম পোৱা যাব। কিন্তু উল্লেখ্য যে, “পদ্মাৱত” ৰ সময়ছোৱাত ৰজা ৰতন সিং চৰিত্ৰটোৰ বাবে সঞ্জয় লীলা ভঞ্চালিয়ে বিকি কৌশলক পচন্দ কৰিছিল কিন্তু দীপিকাই তেওঁৰ সৈতে কাম কৰাত অমান্ত হৈছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.