Rupaliparda.com
"প্ৰতিঘাত" ৰ শুভমুক্তিঃ 1

“প্ৰতিঘাত” ৰ শুভমুক্তিঃ

অচিন্ত শংকৰৰ পৰিচালনাৰে আৰু অমৃতা গগৈৰ দমদাৰ অভিনয়ৰে আজিৰে পৰা চিত্ৰগৃহত মুক্তি লাভ কৰিব ছবি “প্ৰতিঘাত”। দৰ্শকৰ উৎস্যুকতাৰ সাম কাটি আজি মুক্তি লাভ কৰিব উক্ত ছবিখন। কেইবাটাও জনপ্ৰিয় শিল্পীৰ অভিনয়ৰে ভৰি থকা এই ছবিখনৰ ট্ৰেইলাৰ, পোষ্টাৰ তথা সংগীতে ইতিমধ্যে প্ৰত্যেকজন দৰ্শকক আকৰ্ষিত কৰিছে।

"প্ৰতিঘাত" ৰ শুভমুক্তিঃ 2
"প্ৰতিঘাত" ৰ শুভমুক্তিঃ 3


উল্লেখ্য যে, নাৰী সৱলীকৰণৰ কাহিনীৰে নিৰ্মিত “প্ৰতিঘাত” অচিন্ত শংকৰৰ দ্বাৰা নিৰ্মিত প্ৰথম খন অসমীয়া ছবি। গতিকে, আপুনিও যদি চাবলৈ বিচাৰিছে “প্ৰতিঘাত” তেনেহ’লে আহক আপোনাৰ কাষৰ চিত্ৰগৃহলৈ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.