Rupaliparda.com
কাইলৈৰ পৰা আৰম্ভ দ্বাদশ সংখ্যক গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ সমাৰোহঃ 1

কাইলৈৰ পৰা আৰম্ভ দ্বাদশ সংখ্যক গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ সমাৰোহঃ

কাইলৈৰ পৰা আৰম্ভ দ্বাদশ সংখ্যক গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ সমাৰোহ। গুৱাহাটীস্থিত ডিষ্ট্ৰীক লাইব্ৰেৰীত দুপৰীয়া ৩ বজাৰ পৰা আৰম্ভ কৰা হ’ব ছবি সমাৰোহ খনৰ উদ্ধোধনি অনুষ্ঠান। ইণ্ডোনেছিয়াকে ধৰি তুৰ্কী, নেপাল, ভূটান আদি কেইবাখনো দেশৰ বিভিন্ন খন ছবিক প্ৰদৰ্শিত কৰা হ’ব এই সমাৰোহখনত। ইয়াৰ উপৰিও,অসমীয়া ভাষাতো কেইবাখনো ছবিক প্ৰদৰ্শিত কৰা হ’ব।

কাইলৈৰ পৰা আৰম্ভ দ্বাদশ সংখ্যক গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ সমাৰোহঃ 2
কাইলৈৰ পৰা আৰম্ভ দ্বাদশ সংখ্যক গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ সমাৰোহঃ 3


গুৱাহাটী চিনে ক্লাৱৰ সৌজন্যত অনুষ্ঠিত এই সমাৰোহখন ১১ তাৰিখৰ পৰা ১৬ তাৰিখলৈ অনুষ্ঠিত কৰা হ’ব। উল্লেখ্য যে, জনপ্ৰিয় ফিল্মমেকাৰ মৃণাল সেন আৰু গিৰিশ কাৰ্ণাডৰ স্মৰণত উচৰ্গিত কৰা হ’ব এই দ্বাদশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী ফিল্ম ফেষ্টিভেল খন। অসমীয়া আগন্তুক ছবি “পখিলাৰ পাখি” তথা “যি গল্প শেষ নাই” এই দুয়োখন ছবিৰেই প্ৰিমিয়াৰ অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব উক্ত চলচিত্ৰ সমাৰোহখনত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.