Rupaliparda.com
প্ৰতিবাদত উত্তাল অসম; হাতে হাত ধৰি আগবাঢ়িছে চিলেব্ৰটীওঃ 1

প্ৰতিবাদত উত্তাল অসম; হাতে হাত ধৰি আগবাঢ়িছে চিলেব্ৰটীওঃ

অসম জ্বলিছে; No CAB ৰ ধ্বনিৰে আগবাঢ়িছে সাধাৰণ জনৰ লগতে ছাত্ৰ সমাজ তথা অসমীয়া শিল্পী জগতৰ সকলো অভিনেতা-অভিনেত্ৰী। আচুৰ্য্য বৰপাত্ৰ, অমৃতা গগৈয়ে জোৰ সমদল লৈ প্ৰতিবাদ কৰাৰ উপৰিও জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই বি.জে.পি দলৰ পৰা পদত্যাগ কৰে। এখন সংবাদ মেল যোগে অভিনেতা গৰাকীয়ে আনুষ্ঠানিক ভাৱে এই ঘোষণা কৰে।

প্ৰতিবাদত উত্তাল অসম; হাতে হাত ধৰি আগবাঢ়িছে চিলেব্ৰটীওঃ 2


তলত চাওঁক এই দুই ভিডিঅ’-

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.