Rupaliparda.com
"মানুহৰ কামেই হৈছে কথা কোৱা"- মালাইকা আৰোৰা 1

“মানুহৰ কামেই হৈছে কথা কোৱা”- মালাইকা আৰোৰা

বি-টাউনৰ জনপ্ৰিয় অভিনেত্ৰী মালাইকা আৰোৰা প্ৰায় চচিয়েল মিডিয়াত একটিভ থকা দেখিবলৈ পোৱা যায়। তেওঁৰ ফটো অথবা ভিডিঅ’ সমূহে বহু দৰ্শকক আকৰ্ষিত কৰে যদিও বহু লোকে তেওঁৰ এই পোষ্ট সমূহক ট্ৰোল কৰাও দেখিবলৈ পোৱা যায়।

"মানুহৰ কামেই হৈছে কথা কোৱা"- মালাইকা আৰোৰা 2


ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক সংবাদ মাধ্যমে যেতিয়া অভিনেত্ৰী গৰাকীক উক্ত “ট্ৰোল” ৰ বিষয়ে প্ৰশ্ন কৰে তেতিয়া তেওঁ এই সকলোবোৰৰ পৰা একো ক্ষতি নহয় বুলি কোৱাৰ লগতে তেওঁ কয় যে, “চচিয়েল মিডিয়া লগাতকৈ অধিক ঋণাত্মক হৈ যাবলৈ ধৰিছে; যিটো এক দুখ লগা বিষয়। কোনো লোকে দিনটোৰ অন্তত আহি ঋণাত্মক এই বস্তুবোৰ চাব নিবিচাৰে।”

"মানুহৰ কামেই হৈছে কথা কোৱা"- মালাইকা আৰোৰা 3


অভিনেত্ৰী গৰাকীৰ মতে, চচিয়েল মিডিয়াৰ দ্বাৰা ধনাত্মক আৰু সুখী বাৰ্তা প্ৰেৰণ কৰিব লাগে। মানুহে কথা কয় আৰু তেওঁলোকৰ এইটো অভ্যাস। লোকৰ হাত ধৰি এই “ট্ৰোল” বোৰ নকৰিবলৈ ক’ব নোৱাৰে বুলিও মন্তব্য কৰে অভিনেত্ৰী গৰাকীয়ে।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.