Rupaliparda.com
অনুৰাগ কাশ্যপৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাঃ 1

অনুৰাগ কাশ্যপৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাঃ

বিগত বহু দিনৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাত প্ৰতিবাদ সাব্যস্ত কৰিছে সাধাৰণজনে। শিক্ষাৰ্থীকে ধৰি উকীল তথা শিল্পী সমাজো উঠি- পৰি আহিছিল এই প্ৰতিবাদলৈ।

অনুৰাগ কাশ্যপৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাঃ 2


এই প্ৰতিবাদ কেৱল মাত্ৰ উত্তৰ-পূৰ্বাঞ্চলতেই নহয়; এই প্ৰতিবাদ চলিছে দিল্লী, মুম্বাই আদিতো। বলীউডৰ পৰিচালক অনুৰাগ কাশ্যপেও উক্ত আইনখনৰ বিৰোধিতাত চচিয়েল মিডিয়াত বিভিন্ন পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে।

অনুৰাগ কাশ্যপৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাঃ 3


উল্লেখ্য যে, স্বৰা ভাস্কৰৰ লগতে সুশান্ত সিং, ঋচা চড্ডা, ফৰহান আখতাৰ, মোহম্মদ জীশান অয়ূৱ, আলিয়া ভাট,সৌৰভ শুকলা, দিয়া মিৰ্জা, বিকি কৌশল আদি তাৰকাও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.