Rupaliparda.com

ক্ৰমশঃ ইখনৰ পিছত সিখন হিট ছবি অভিনেতা অক্ষয় কুমাৰৰঃ

অক্ষয় কুমাৰ, কৰীণা কাপুৰ, কিয়াৰা আদৱানী লগতে দিলজিৎ দোসাঞ্জ অভিনীত ছবি “গুড ন্যুজ”-ৰ প্ৰথমটো দিনৰ মুক্তিৰ সফলতাৰ পিছত যোৱা দেওঁবাৰৰ দিনটোতো ছবিখনে ভাল বস্ক অফিচ কালেকচন কৰিবলৈ সক্ষম হয়। উক্ত দিনটোতে ছবিখনে লাভ কৰে ২০ কোটি টকা।

ক্ৰমশঃ ইখনৰ পিছত সিখন হিট ছবি অভিনেতা অক্ষয় কুমাৰৰঃ 1
ক্ৰমশঃ ইখনৰ পিছত সিখন হিট ছবি অভিনেতা অক্ষয় কুমাৰৰঃ 2


বস্ক অফিচ ইণ্ডিয়াৰ মতে, ছবিখনে প্ৰথমটো দিনত লাভ কৰে ১৭.৫০ কোটি টকা আৰু শনিবাৰে ই লাভ কৰে ২১-২২ কোটি টকা। গতিকে বৰ্তমানলৈ ছবিখনে মুঠ লাভ কৰিছে ৬৪-৬৫ কোটি টকা।

https://www.instagram.com/p/B6r2X3QFmH8/?utm_source=ig_web_copy_link


বন্ধৰ এই সময়ছোৱাত মুক্তি লাভ কৰা বাবেই ছবিখনে সহজতে দৰ্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে বুলি ক’ব পাৰি।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.