নিজৰ গীততেই টিক-টক ভিডিঅ’ কৰি চচিয়েল মিডিয়াত খলকনি লগালে কন্ঠশিল্পী দীক্ষুয়ে। তেওঁৰ কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত গীত “ৰেৱতী” য়ে ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিছে আৰু ইয়াৰ সমান্তৰালকৈ টিক-টকতো সাধাৰণজনে গীতটিক আকোঁৱালি লৈছে। চাওঁক দীক্ষুৰ এই ভিডিঅ’-

]
“ৰেৱতী” গীতটি লিখিছে সুনীত গগৈয়ে আৰু লগতে ইয়াত সংগীত দিছে দীক্ষুয়ে।
Add comment