Rupaliparda.com
২৯ গৰাকী ডিজাইনাৰৰ প্ৰতিভা প্ৰদৰ্শনেৰে "নৰ্থ-ইষ্ট ফেশ্বন উইক চিজন ৫" 1

২৯ গৰাকী ডিজাইনাৰৰ প্ৰতিভা প্ৰদৰ্শনেৰে “নৰ্থ-ইষ্ট ফেশ্বন উইক চিজন ৫”

বিগত চাৰিটা সংস্কৰণৰ সফল সমাপ্তিৰ পিছত আকৌ এবাৰ আপোনালোকৰ ওচৰলৈ “নৰ্থ ইষ্ট ফেশ্বন উইক”। অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতেই জনপ্ৰিয় ডিজাইনাৰ প্ৰশান্ত ঘোষৰ দ্বাৰা আয়োজিত এই অনুষ্ঠান খনৰ এটাই হৈছে মূল লক্ষ্য; “ফেশ্বন ফ’ৰ অল” বাক্য শাৰীৰে অনুষ্ঠিত “নৰ্থ ইষ্ট ফেশ্বন উইক” ত দৰ্শকে দেখিবলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভিন্ন ঠাইৰ ডিজাইনাৰ সাজ-পোছাক আৰু প্ৰতিভাৱান শিল্পীক।

২৯ গৰাকী ডিজাইনাৰৰ প্ৰতিভা প্ৰদৰ্শনেৰে "নৰ্থ-ইষ্ট ফেশ্বন উইক চিজন ৫" 2
২৯ গৰাকী ডিজাইনাৰৰ প্ৰতিভা প্ৰদৰ্শনেৰে "নৰ্থ-ইষ্ট ফেশ্বন উইক চিজন ৫" 3
২৯ গৰাকী ডিজাইনাৰৰ প্ৰতিভা প্ৰদৰ্শনেৰে "নৰ্থ-ইষ্ট ফেশ্বন উইক চিজন ৫" 4


চলিত মাহৰ ২৮ আৰু ২৯ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে পাঞ্জাবাৰীস্থিত শিল্পগ্ৰামত অনুষ্ঠিত হ’ব উক্ত ফেশ্বন শ্ব’টো। বিগত বছৰত অনুষ্ঠিত ইয়াৰ চতূৰ্থতম সংস্কৰণত প্ৰায় ২৯ জন ডিজাইনাৰে নিজৰ প্ৰতিভা প্ৰদৰ্শিত কৰাৰ লগতে উষসী সেনগুপ্তাই অনুষ্ঠানখনৰ শুভাৰম্ভ কৰে।

২৯ গৰাকী ডিজাইনাৰৰ প্ৰতিভা প্ৰদৰ্শনেৰে "নৰ্থ-ইষ্ট ফেশ্বন উইক চিজন ৫" 5
২৯ গৰাকী ডিজাইনাৰৰ প্ৰতিভা প্ৰদৰ্শনেৰে "নৰ্থ-ইষ্ট ফেশ্বন উইক চিজন ৫" 6


উল্লেখ্য যে, “নৰ্থ ইষ্ট ফেশ্বন উইক চিজন-৫” ত মুকেশ ডুবেৰ লগতে আন ২৯ গৰাকী ডিজাইনাৰে নিজ প্ৰতিভা প্ৰদৰ্শন কৰিব।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.