Rupaliparda.com
"গুড ন্যুজ" ৰে অক্ষয় কুমাৰৰ নতুন ৰেকৰ্ডঃ 1

“গুড ন্যুজ” ৰে অক্ষয় কুমাৰৰ নতুন ৰেকৰ্ডঃ

অক্ষয় কুমাৰে ছবি “গুড ন্যুজ” ৰ সৈতে এক নতুন ৰেকৰ্ড বনাবলৈ প্ৰস্তুত হৈ পৰিছে। বলীউডৰ খিলাড়ী অক্ষয় কুমাৰৰ প্ৰায় প্ৰত্যেকখন ছবিৰ দৰেই এই ছবিখনেও প্ৰথমদিনাই কোটি টকাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু, এইবাৰ তেওঁৰ “গুড ন্যুজ”-এ ৰেকৰ্ড ভাঙিবলৈ সক্ষম হ’ল তেওঁৰেই ছবি “মিছন মংগল” ৰো ; যিখন আছিল অক্ষয় কুমাৰৰ আটাইতকৈ অধিক লাভান্বিত ছবি।

"গুড ন্যুজ" ৰে অক্ষয় কুমাৰৰ নতুন ৰেকৰ্ডঃ 2


বস্ক অফিচ ইণ্ডিয়াৰ ৰিপোৰ্ট অনুসৰি, “গুড ন্যুজ”-এ মুক্তি লাভ কৰা প্ৰায় চাৰি সপ্তাহ হৈ গ’ল। এই ছবিখনে দীপিকা পাডুকনৰ ছবি “ছপাক” কো পিছ পেলাবলৈ সক্ষম হৈছে। “গুড ন্যুজ” ভাৰতবৰ্ষতে ১৯৩ কোটি টকাৰ লাভ অৰ্জন কৰি অক্ষয়ৰ আটাইতকৈ সফল ছবিৰ ভিতৰত স্থান লাভ কৰিছে।

"গুড ন্যুজ" ৰে অক্ষয় কুমাৰৰ নতুন ৰেকৰ্ডঃ 3


ইয়াৰ উপৰিও, এই ছবিখনে ২৫ দিনৰ ভিতৰত সকলো ফালৰ পৰা যদি চাবলৈ যাওঁ তেনেহ’লে এই ছবিখনে বৰ্তমানলৈ লাভ কৰিছে প্ৰায় ২৯৭ কোটি টকা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.