Rupaliparda.com
জন্মদিনৰ দিনাই সুশান্তে পালে "অফিচিয়েল" প্ৰেয়সীঃ 1

জন্মদিনৰ দিনাই সুশান্তে পালে “অফিচিয়েল” প্ৰেয়সীঃ

বলীউডৰ প্ৰতিভাশালী অভিনেতা সমূহৰ ভিতৰত সুশান্ত সিং ৰাজপুতৰ নাম উল্লেখনীয়। আজি অৰ্থাৎ ২১ জানুৱাৰী তাৰিখে অভিনেতা গৰাকীয়ে নিজ ৩৪ সংখ্যক জন্মদিন উদযাপন কৰিছে।তেওঁৰ জন্মদিনৰ দিনাই অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে তেওঁলোকৰ মাজত থকা সম্পৰ্কৰ কথা দৰ্শকৰ মাজত খুলি ব্যক্ত কৰে।

https://www.instagram.com/p/B7ke6FRnEJl/?utm_source=ig_web_copy_link


অভিনেত্ৰী গৰাকীয়ে চচিয়েল মিডিয়াত কৰা পোষ্টৰ পিছতেই এতিয়া ভাইৰেল হৈ পৰিছে তেওঁলোকৰ ফটো। বিগত বহু দিনৰ পৰা সুশান্তৰ প্ৰেয়সী ৰূপত সজোৱা হৈছিল ৰিয়াক; কিন্তু এই কথাত মোহৰ লগোৱা নাছিল তাৰকাদ্বয়ে। গতিকে, সুশান্তৰ জন্মদিনৰ দিনাই তেওঁৰ প্ৰেয়সী ৰূপে নিজক চিনাকী কৰোৱাই অভিনেত্ৰী ৰিয়াই।

জন্মদিনৰ দিনাই সুশান্তে পালে "অফিচিয়েল" প্ৰেয়সীঃ 2


উল্লেখ্য যে, বহু দিনৰ পৰাই সুশান্ত সিঙৰ সম্পৰ্কক লৈ বিভিন্ন বাতৰি শুনিবলৈ পোৱা গৈছিল।

Add comment

Leave a Reply

Most popular