আইমী আৰু পুত্ৰৰ দমদাৰ লুক। বাইকৰ ওপৰত উঠি কৰা ফটোশ্বুটে এতিয়া দৰ্শকক আকৰ্ষিত কৰাৰ লগতে ফটোখনৰ প্ৰশংসা কৰাও দেখিবলৈ পোৱা গৈছে সাধাৰণজনক। মাতৃ-পুত্ৰৰ একে নিচিনা কাপোৰ ও তেওঁলোকৰ একচনধৰ্মী লুকটোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সকলোৰে।


অসমীয়া চলচিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই প্ৰায়ে চচিয়েল মিডিয়াত নিজ সন্তানৰ সৈতে ফটো আপলোড কৰা দেখিবলৈ পোৱা যায় । মাতৃত্ব বোধৰ লগতে অভিনেত্ৰী গৰাকী নিজ পুত্ৰ সন্তানক অসমীয়া ৰীতি-নীতিৰ বিভিন্ন ধৰণে জ্ঞান দিয়াৰ ক্ষেত্ৰতো তেওঁ একটিভ।
1 comment