Rupaliparda.com
"নূপুৰ" আকৌ এবাৰ আপোনালোকৰ মাজলৈঃ আহি আছে "নমামি"- 1

“নূপুৰ” আকৌ এবাৰ আপোনালোকৰ মাজলৈঃ আহি আছে “নমামি”-

কামৰূপা ক্ৰিয়েছনৰ প্ৰযোজনাত পুনৰ বাৰ আপোনালোকৰ মাজলৈ আহি আছে এখন নতুন ধাৰাবাহিক “নমামি”। ধাৰাবাহিকখনৰ ক’ত অথবা কেতিয়াৰ পৰা সম্প্ৰচাৰিত হ’ব ইয়াৰ কোনো আনুষ্ঠানিক ঘোষণা বৰ্তমানেও কৰা হোৱা নাই। কামৰূপা ক্ৰিয়েছনৰ প্ৰযোজনাত নিৰ্মিত ৰং চেলেন যোগে সম্প্ৰচাৰিত ধাৰাবাহিক “কাঞ্চন” আৰু “দামিনী” য়ে পূৰ্বতেই দৰ্শকৰ মন টানিবলৈ সক্ষম হৈ পৰিছিল।

"নূপুৰ" আকৌ এবাৰ আপোনালোকৰ মাজলৈঃ আহি আছে "নমামি"- 2
"নূপুৰ" আকৌ এবাৰ আপোনালোকৰ মাজলৈঃ আহি আছে "নমামি"- 3


পুনৰ বাৰ নানান পাচনিৰ নিৰ্দেশনাত তথা নয়ন সাউদৰ কাহিনীৰে নিৰ্মিত “নমামী” যোগে দৰ্শকক মনোৰঞ্জন প্ৰদানৰ আশ্বাস কামৰূপা ক্ৰিয়েছনৰ। বিগত সময়ত ধাৰাবাহিকখনৰ বিভিন্ন চৰিত্ৰৰ বাবে হোৱা অডি’শ্বনত প্ৰায় ৪০০ গৰাকী প্ৰতিযোগীয়ে নিজ নিজ প্ৰতিভা প্ৰদৰ্শন কৰিছিল।

"নূপুৰ" আকৌ এবাৰ আপোনালোকৰ মাজলৈঃ আহি আছে "নমামি"- 4


ইয়াৰ লগতে, উল্লেখ্য যে উক্ত ধাৰাবাহিকখনত উদ্দেশ্যি হোৱা ফটোশ্বুটত “নূপুৰ” ধাৰাবাহিকখনৰ মূখ্য অভিনেত্ৰী আৰু ধাৰাবাহিক “অৰ্ধাংগিনী” ৰ মূখ্য অভিনেতা গৰাকী ক্ৰমে জুনু নাথ আৰু অমিত কুমাৰ বৰাক একেলগে দেখিবলৈ পোৱা গৈছে।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.