Rupaliparda.com

পশ্চিমীয়া কৃষ্টি-সংস্কৃতিৰ মাধমাৰেৰে অসমীয়া ছবি “লুইতক ভেঁটিব কোনে??”-

প্ৰৱীণ বৰাৰ দ্বাৰা পৰিচালিত চতূৰ্থ অসমীয়া ছবি হৈছে ২০১৩ চনত মুক্তিপ্ৰাপ্ত “লুইতক ভেটিব কোনে?” থলুৱা কৃষ্টি সংস্কৃষ্টিৰ ওপৰত কেনেদৰে পশ্চিমীয়া সভ্যতাই প্ৰভাৱ বিস্তাৰ কৰিছে তাকেই দেখুওৱা হৈছে উক্ত ছবিখনত। ছবিখনৰ কেইবাটাও দৃশ্যত ভাওঁনা, বৰগীত, সত্ৰীয়া নৃত্য, বিহু নৃত্য আদিক দেখুওৱা হৈছে।

পশ্চিমীয়া কৃষ্টি-সংস্কৃতিৰ মাধমাৰেৰে অসমীয়া ছবি "লুইতক ভেঁটিব কোনে??"- 1
পশ্চিমীয়া কৃষ্টি-সংস্কৃতিৰ মাধমাৰেৰে অসমীয়া ছবি "লুইতক ভেঁটিব কোনে??"- 2


প্ৰবীণ বৰাৰ চিত্ৰনাট্য, কাহিনীৰে নিৰ্মিত এই ছবিখনৰ সংগীত পৰিচালনা কৰে বাঁহীবাদক দীপক শৰ্মাই। ছবিখনত অভিনয় কৰিছে দীনেশ দাস, বিপ্লৱ বৰা, প্ৰবীণ বৰা, ড০ গুণীন বসুমতাৰী, পদুম গগৈ, অভিজিত মজুমদাৰ, বিমান বৰুৱা, অপৰাজিতা দত্ত, ৰীতা বৰা, পদুম নাথ, ৰক্তিম দত্ত, দেবেন শৰ্মা, আল্পনা তালুকদাৰ শৰ্মা, পিংকী ভট্টাচাৰ্য, ৰঞ্জন বৰা, মিলন কাকতী, শৈলেন হাজৰিকা, ভূপেন ভূঞা, মনোৰঞ্জন দেৱ শৰ্মা, নিশান্ত শৰ্মা, ৰমেন তালুকদাৰ, নিবেদিতা বৰুৱা শইকীয়া, বিবেক লেখাৰু, বৃষ্টি নেইনা দাস, সঞ্জীৱ বৰঠাকুৰ আৰু অলিম্পিক শইকীয়াই।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.