Rupaliparda.com

কৰণ জহৰক পুনৰ বাৰ ট্ৰোল কৰিলে কংগনাৰ ভগ্নী ৰংগোলীয়েঃ

কিছুদিন পূৰ্বে কৰণ জহৰে কংগনা ৰাণাওঁটৰ অভিনয়ৰ প্ৰশংসা কৰাৰ লগতে সংবাদ মাধ্যম যোগে ব্যক্ত কৰে যে যদিহে কৰণৰ হাতত কোনো ভাল স্ক্ৰীপ্ট থাকে আৰু সেই স্ক্ৰীপ্টৰ বাবে যদিহে কংগনা ৰাণাওঁটৰ প্ৰয়োজন হয় তেতিয়াহ’লে তেওঁ নিশ্চয় অভিনেত্ৰী গৰাকীক বিচাৰিব আৰু তেওঁক ফোন কৰিব।

কৰণ জহৰক পুনৰ বাৰ ট্ৰোল কৰিলে কংগনাৰ ভগ্নী ৰংগোলীয়েঃ 1


এই কথাষাৰতে এতিয়া নিজ প্ৰতিক্ৰিয়া দেখুৱাইছে কংগনাৰ ভগ্নী ৰংগোলীয়ে। টুইট যোগে বিভিন্ন ধৰণে ট্ৰোল কৰে ৰংগোলীয়ে পৰিচালক গৰাকীক। ৰংগোলীয়ে টুইটত লিখে যে, ” কৰণ জহৰে এনেদৰে কয় আছে যেন তেওঁ ফোন কৰা লগে লগে কংগনা দৌৰি আহিব। অ’ ভাই; আপোনাৰ আৰু মোৰ মতে একো নহয়। কংগনাকটো স্ক্ৰীপ্ট লাগে; কেতিয়াবা তাই বিচৰা ধৰণে আপোনাৰ তাত স্ক্ৰীপ্ট থাকিবনে??”

https://twitter.com/Rangoli_A/status/1222375313394372608?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1222375313394372608&ref_url=https%3A%2F%2Faajtak.intoday.in%2Fstory%2Frangoli-chandel-slams-karan-johar-for-wanting-to-work-with-kangana-ranaut-tmov-1-1159399.html


ইয়াৰ লগতে, ৰংগোলীয়ে পুনৰ বাৰ এক অইন পোষ্ট জৰিয়তে কৰণ জহৰক ট্ৰোল কৰে।

Add comment

Leave a Reply