Rupaliparda.com

Author - Utpal Mena

সুলক্ষণা বৰুৱা | Ohh My Dog | বলিউডত আৰু এগৰাকী অসমীয়া 1

সুলক্ষণা বৰুৱা | Ohh My Dog | বলিউডত আৰু এগৰাকী অসমীয়া

“কিছুমান সপোন এৰাতিৰ ভিতৰতে বাস্তৱ নহয়; সেইবোৰ বিশ্বাস, অধ্যৱসায়, কঠোৰ পৰিশ্ৰম আৰু ঈশ্বৰৰ সময়ৰ ওপৰত অটল আস্থাৰে বছৰৰ পিছত বছৰ গঢ়ি উঠে।” –এই বাক্য কেইটাৰে আৰম্ভ হোৱা সুলক্ষণা বৰুৱাৰ সামাজিক মাধ্যমৰ...

ভবেন বৰুৱা বঁটা-২০২৬ | আভিনেত্ৰী মলয়া গোস্বামীলৈ... | ৩ চেপ্তেম্বৰত 8

ভবেন বৰুৱা বঁটা-২০২৬ | আভিনেত্ৰী মলয়া গোস্বামীলৈ… | ৩ চেপ্তেম্বৰত

“ভবেন বৰুৱা বঁটা-২০২৬” প্ৰদান কৰা হ’ব অসম অসমীয়া চিনেমা, নাটকৰ অভিনেত্ৰী মলয়া গোস্বামীক। –জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদ মেলত উপস্থিত থাকি পৰিষদৰ...

ভ্ৰাম্যমাণ থিয়েটাৰ | আখৰা শিবিৰত যুদ্ধকালীন তৎপৰতা | বীৰেন কলিতা 11

ভ্ৰাম্যমাণ থিয়েটাৰ | আখৰা শিবিৰত যুদ্ধকালীন তৎপৰতা | বীৰেন কলিতা

বছৰৰ ৯ মাহ অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈ গাঁও, চহৰ,পাহাৰ ভৈয়াম সকলোতে অসমৰ সাংস্কৃতিক বৰপথাৰ খন চহকী কৰি ব’হাগ, জেঠ আৰু আহাৰ মাহ অৰ্থাৎ এপ্ৰিল, মে’ আৰু জুন মাহত নিজৰ আপোন ঘৰখনত পিতৃ মাতৃ, ভাই ভনী, পত্নী আৰু...

কিশোৰ কুমাৰৰ ২৫ | উৎপল মেনা 24

কিশোৰ কুমাৰৰ ২৫ | উৎপল মেনা

১. ৰূপ তেৰা মস্তানা… চিনেমা: আৰাধনা (১৯৬৯) সুৰকাৰ: এছ. ডি. বর্মন গীতিকাৰ: আনন্দ বক্সী এই গীতটোৱে কিশোৰ কুমাৰৰ কেৰিয়াৰৰ দিশ সলনি কৰিছিল। একেটা শ্বটত চিত্ৰায়িত এই গীত ভাৰতীয় চিনেমাৰ ইতিহাসত কিংবদন্তিত পৰিণত হৈছে।...

প্ৰদীপ সিং ৰাৱাত স্মৰণ | উৎপল মেনা

প্ৰদীপ সিং ৰাৱাত স্মৰণ | উৎপল মেনা

প্ৰদীপ সিং ৰাৱাত– এক ইমেজ। ৰূপালী খলনায়ক। হিন্দী, তামিল, তেলেগু, কানাড়া, মালয়ালম, বঙালী আৰু ভোজপুৰী চিনেমাৰ অভিনেতা। “নায়ক হোৱা সহজ, খননায়ক হোৱা সহজ নহয়।” একালৰ খলনায়ক প্ৰাণে কৈছিল–...

ৰূপালী পূৰৱী | উৎপল মেনা

ৰূপালী পূৰৱী | উৎপল মেনা

আজি (১৫ জুলাই, ২০২৬) সেই ঘৰ খনত কায়িক পূৰৱী শৰ্মা নাই। আৰু কোনো দিনে নাথাকিব। কালি গ’ল গৈ উভতি নহা বাটেৰে। হঠাতে ….। তপন (দাস) -দাক মাত লগাই উভতিছিলোঁ। বহু কথা মনলৈ আহিছিল, আহি আছে। “চিনেমা” বোৰ...

| নাতি ককা হ'ল... | --উৎপল মেনা 45

| নাতি ককা হ’ল… | –উৎপল মেনা

“এক দুই তিনি চাৰি যুতি দিলোঁ গৰু গাড়ী অ’ দেখিছানে হাতীয়ে চলায়…” এটা জনপ্ৰিয় গীত। চিনেমাটিক। চুই থকা। (গীতটোৰ কথা: কেশৱ মহন্ত। কণ্ঠ: কোকিলা গোস্বামী। সুৰ-সংগীত: ৰমেন বৰুৱা।) চাৰি দশকৰো অধিক...

হোমৱ'ৰ্ক

হোমৱ’ৰ্ক | চিনেচৰ্চা | –উৎপল মেনা

“নেদেখা ভবিষ‍্যতৰ পাছত দৌৰি বৰ্তমানৰ সুন্দৰ সময়খিনি নষ্ট কৰিব নালাগে।”–চুই যোৱা সংলাপ। চিনে-সৌন্দৰ্যলৈ ৰূপান্তৰ হোৱা সাহিত্যৰ ভাষা। সংলাপ প্ৰক্ষেপন, চেহেৰাৰ ভাষা, কেমেৰাৰ ভাষাৰে পৰিচালকে নিৰ্মাণ...

সুমন কল্যাণপুৰ

|| সুমন স্মৰণ || –উৎপল মেনা

“জীৱন ঘড়ীৰ প্ৰতিটো পল…”, “আকাশৰে নীলাই…”, “সপোনত শুনো মধুৰ আবেশ…’, “অ’ নয়নমণি…”— অসমীয়া গীতৰ ইতিহাসৰ এই জনপ্ৰিয় গীতসমূহ শুনিলে আজিও বহু শ্ৰোতাৰ মনত...

অনুপম আন্ধাৰ | নাট্যচৰ্চা | --উৎপল মেনা 56

অনুপম আন্ধাৰ | নাট্যচৰ্চা | –উৎপল মেনা

“অনুপম আন্ধাৰ”– এখন নাটক নাম। (নাট্যকাৰ: অৰুণ শৰ্মা) দৰ্শকৰ আসনত বহাৰে পৰা প্ৰেক্ষাগৃহত অনুভৱ কৰিছিলোঁ– এটা ব্যস্ত ৰেলষ্টেচনৰ পৰিৱেশ। পৰিৱেশ নিৰ্মাণ কৰিছিল– শব্দ, পোহৰ প্ৰয়োগেৰে। নিৰ্দিষ্ট...