Rupaliparda.com
নীলোৎপল বৰাৰ কথা, সুৰ আৰু কন্ঠৰে "ধুমুহাৰ জিৰণি"- 1

নীলোৎপল বৰাৰ কথা, সুৰ আৰু কন্ঠৰে “ধুমুহাৰ জিৰণি”-

আকৌ এবাৰ নিলোৎপল বৰাৰ গীতে বুটলিছে শ্ৰোতাৰ সমাদৰ। গপচপ ৰেডিঅ’ ৯৪.৩ ত এবছৰ ধৰি কৰ্মৰত হৈ থকা এই গৰাকী কন্ঠশিল্পীয়ে ২০১৩ চনত মুক্তিপ্ৰাপ্ত “চেভেন আনপ্লাগ” ৰে সংগীত জগতত খোজ পেলাইছিল। “মাজুলী” শীৰ্ষক গীতেৰে শ্ৰোতাক নিজৰ পিনে আকৰ্ষিত কৰা নিলোৎপল বৰাৰ কন্ঠৰে কিছু সময় পূৰ্বে মুক্তি পালে ৰোমান্টিক গীত “ধুমুহাৰ জিৰণি”।

নীলোৎপল বৰাৰ কথা, সুৰ আৰু কন্ঠৰে "ধুমুহাৰ জিৰণি"- 2
নীলোৎপল বৰাৰ কথা, সুৰ আৰু কন্ঠৰে "ধুমুহাৰ জিৰণি"- 3


লিৰিকেল ভিডিঅ’ আকাৰে মুক্তিপ্ৰাপ্ত এই গীতটি লিখাৰ লগতে ইয়াত সুৰ দিছে নিলোৎপল বৰাই নিজে। অনুৰাগীয়ে উক্ত গীতটিক উদ্দেশ্যি ধনাত্মক মন্তব্য কৰাও দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, অসমক বিভিন্ন ক্ষেত্ৰত গৌৰমান্বিত কৰি তোলা এই গৰাকী শিল্পীয়ে প্ৰায়ে নিজ কৰ্মৰে শ্ৰোতাক উৎসাহিত কৰি ৰাখে। গীতটিৰ লিংক তলত দি দিয়া হৈছেঃ

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.