Rupaliparda.com
ভৃগুৰ গীতত "নৃত্য" ৰ মছলাঃ "সুন্দৰী পমিলা" ত বিশাল আৰু আচ্ছল- 1

ভৃগুৰ গীতত “নৃত্য” ৰ মছলাঃ “সুন্দৰী পমিলা” ত বিশাল আৰু আচ্ছল-

ন-ন কনচেপ্টৰ সৈতে মুক্তিপ্ৰাপ্ত ভৃগুৰ গীতে জনপ্ৰিয়তা লাভ কৰাটো নিশ্চিত। বৰ্তমানলৈ মুক্তিপ্ৰাপ্ত তেওঁৰ প্ৰতিটো গীতে মুক্তিৰ কিছুদিন পিছতেই লাভ কৰে মিলিয়নৰ অংকত ভিউৱাৰচ। লাডাখত শ্বুটিং কৰা দুটিকৈ ৰোমান্টিক গীত ক্ৰমে “ৰামধেনু”, “লাজে লাজে” ৰ পিছত এইবাৰ তেওঁ শ্ৰোতাৰ মাজলৈ আনিব তেওঁৰ নতুন সংযোজন “সুন্দৰী পমিলা”।

ভৃগুৰ গীতত "নৃত্য" ৰ মছলাঃ "সুন্দৰী পমিলা" ত বিশাল আৰু আচ্ছল- 2


চলিত মাহৰ ২৯ তাৰিখে মুক্তি পাবলগীয়া এই গীতটিৰ ভিডিঅ’ত পোন প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা যাব “চুপাৰ ডেন্সাৰ” ৰ খিতাপ বিজয়ী বিশাল আৰু “ডেন্স প্লাছ” ৰাণাৰ আপ আচ্ছল মালাকৰক। “সুন্দৰী পমিলা” গীতটি লিখিছে ৰেকিবুলে আৰু ইয়াৰ সংগীত দিছে পুলক নাথে।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.