Rupaliparda.com
জনপ্ৰিয় কেইবাগৰাকীও শিল্পীৰ সৈতে বৰ্ণালী কলিতাৰ ন-গীত "দৰিকা দিচাং"- 1

জনপ্ৰিয় কেইবাগৰাকীও শিল্পীৰ সৈতে বৰ্ণালী কলিতাৰ ন-গীত “দৰিকা দিচাং”-

অসমীয়া সংগীত জগতত এনে কিছু কন্ঠশিল্পী আছে যাৰ কন্ঠত প্ৰত্যেক ধৰণৰ গীত শুনিয়ে শ্ৰোতাই আমোদ লাভ কৰে। এনে কন্ঠশিল্পী সমূহৰ ভিতৰত উল্লেখযোগ্য এগৰাকী হৈছে বৰ্ণালী কলিতা। ৰোমান্টিক গীতৰ ক্ষেত্ৰতো তেওঁ অসমীয়া শ্ৰোতাৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।

https://www.instagram.com/p/B8-3_wwl-cd/?utm_source=ig_web_copy_link
জনপ্ৰিয় কেইবাগৰাকীও শিল্পীৰ সৈতে বৰ্ণালী কলিতাৰ ন-গীত "দৰিকা দিচাং"- 2


এনেক্ষেত্ৰতে, আকৌ এবাৰ বৰ্ণালীয়ে নিজৰ কন্ঠত মুক্তি দিবলৈ সাজু হৈছে এটি গীত “দৰিকা দিচাং”। গীতটিক লৈ বিভিন্ন ধৰণৰ আপডেট দিয়া দেখিবলৈ পোৱা গৈছে কন্ঠশিল্পী গৰাকীক। কিশোৰ দাসৰ লগতে গীতটিত অভিনয় কৰিছে সুনীতা কৌশিক আৰু পাঞ্চি প্ৰিয়াই। অহা ১ মাৰ্চ তাৰিখে গীতটি মুক্তি লাভ কৰিব বৰ্ণালী কলিতাৰ ব্যক্তিগত ইউটিউব চেনেলত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform