Rupaliparda.com
আসিম-জেকলিনক উৰ্বশী ৰোতালাই ক'লে "ক্যুট কপল"- 1

আসিম-জেকলিনক উৰ্বশী ৰোতালাই ক’লে “ক্যুট কপল”-

আসিম ৰিয়াজ আৰু জেকলিন ফ্ৰাৰ্ণাণ্ডেজৰ আগন্তুক মিউজিক ভিডিঅ’ বৰ্তমানেও মুক্তি লাভ কৰা নাই যদিও তেওঁলোকৰ অনস্ক্ৰীণ কেমেষ্ট্ৰী বৰ্তমান পচন্দ কৰিবলৈ লৈছে দৰ্শকে। অভিনেত্ৰী জেকলিনে তেওঁৰ এই ভিডিঅ’ শ্বুটিঙৰ বিভিন্ন ফটো তথা ভিডিঅ’ চচিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ পিছতেই ইয়াক সাধাৰণ জনৰ লগতে এতিয়া চিলেব্ৰেটীও পচন্দ কৰিছে। অলপতে, জেকলিন-আসিমৰ এই ফটোত কমেন্ট কৰে মোহময়ী অভিনেত্ৰী উৰ্বশী ৰোতালাই।

https://www.instagram.com/p/B9RZUVTHeHY/?utm_source=ig_web_copy_link
আসিম-জেকলিনক উৰ্বশী ৰোতালাই ক'লে "ক্যুট কপল"- 2


অভিনেত্ৰী গৰাকীয়ে জেকলিন দ্বাৰা শ্বেয়াৰ কৰা ফটোখনত “ক্যুট কপল” বুলি কমেন্ট কৰে। উল্লেখ্য যে, আসিম-জেকলিনৰ এই হোলী মিউজিক ভিডিঅ’টোৰ বাবে তেওঁলোকৰ যুঁটি বিশেষভাৱে কৰা হৈছিল। ৮ মাৰ্চৰ দিনা মুক্তি পাবলগীয়া এই এলবামটোত জেকলিন ভাৰতীয় আৰু আসিমক ফৰ্মেল লুকত দেখিবলৈ পোৱা যাব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform